41
newsnextone.com | কোকৰাঝাৰঃ সদৌ অসম বিশ্ববিদ্যালয় কৰ্মী মহাসংঘৰ দ্বি-বাৰ্ষিক অধিবেশন কোকৰাঝাৰস্থিত বডোলেণ্ড বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়। সদৌ অসম বিশ্ববিদ্যালয় কৰ্মী মহাসংঘৰ সভাপতি ভবানন্দ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অধিবেশনত চাৰিখন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
