newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীৰ এক আদালতে ২০১২ চনত প্ৰধানমন্ত্ৰীৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত দুৰ্নীতি সম্বন্ধিত এক প্ৰতিবাদ কাৰ্যসূচীত অংশ লোৱা ভাৰতৰ ৭ গৰাকী স্বয়ংসেৱকক দোষমুক্ত বুলি ৰায় প্ৰদান কৰে৷
আদালতে কয় যে, দেশৰ নাগৰিকসকলৰ শান্তিপূৰ্বক আৰু অস্ত্ৰ প্ৰয়োগ নকৰাকৈ একত্ৰিত কৰাৰ মৌলিক অধিকাৰ৷ অতিৰিক্ত মেট্ৰো’ পলিটানৰ বিচাৰপতি সমৰ বিশালে অনিল কুমাৰ সিং, ৰঞ্জীত সিং বিটচ, কিশোৰ সিংঘাল, গৌতম কুমাৰ, মোহিত, জগদীশ আৰু জীতেন্দ্ৰ কুমাৰ নামৰ স্বয়ংসেৱক কেইগৰাকীক দোষমুক্ত বুলি ৰায় প্ৰদান কৰি সন্মান সহকাৰে মুক্তি দিয়ে৷