Home ৰাজ্যবছিৰৰ বিৰুদ্ধে ক্ষোভ, শীততাপ নিয়ন্ত্ৰিত গাড়ী-আবাস পােৱাৰ পিছত চৰলৈ নাহে সংখ্যালঘু দৰদী নেতা

বছিৰৰ বিৰুদ্ধে ক্ষোভ, শীততাপ নিয়ন্ত্ৰিত গাড়ী-আবাস পােৱাৰ পিছত চৰলৈ নাহে সংখ্যালঘু দৰদী নেতা

by News Desk
59 views
A+A-
Reset

newsnextone.com | বিলাসীপাৰাঃ ৰাজ্যৰ চৰ এলেকাত বিশুদ্ধ খোৱাপানী, ৰাস্তা-ঘাট, বাসস্থান, ৰেচন যোগান, বিদ্যুতৰ পোহৰ, শিক্ষা, স্বাস্থ্য খণ্ডৰ অৱস্থা কেনেকুৱা সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হয় চৰৰ লোকে৷ বহু চৰত বিদ্যুতৰ পোহৰ লাভ কৰাটো এক সপোনহে মাথোন৷  সন্তানৰ উপয়ুক্ত চৰকাৰী শিক্ষা, বোকা পানী নোহোৱা পথ লাভ কৰাটো আন এক সপোন৷

স্বাধীনতাৰ পিছৰে পৰা বান পানীৰ সৈতে যুঁজি থকা লোকসকলে জীৱন ধাৰণৰ নামত ন্যুনতম সুবিধা নোপোৱাৰ ফলত দুৰ্বিষহ দিন কটাবলগীয়া হয়৷ কিন্তু একাংশ লোকে দৰিদ্ৰতাৰ সুবিধা লৈ চৰৰ লোকক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে৷ বাৰিষাৰ ৬ মাহ বানপানীৰ সৈতে যুঁজ কৰি সতি-সন্তানক পোহপাল দিয়া লোকসকলক গুৰুত্ব প্ৰদান নকৰে চৰ এলেকাক প্ৰতিনিধিত্ব কৰা সংখ্যালঘু দৰদী নেতাসকলে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0