Home ৰাজ্যনামবৰ বনাঞ্চলত দুৰ্ঘটনা, ৩ শ্ৰমিক নিহত

নামবৰ বনাঞ্চলত দুৰ্ঘটনা, ৩ শ্ৰমিক নিহত

by News Desk
47 views
A+A-
Reset

কাৰ্বি আংলংঃ বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নামবৰ বনাঞ্চলত আজি দিনৰ প্ৰায় ১ বজাত এক ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাত ৩ জন শ্ৰমিক ঘটনাস্থলীতে নিহত হোৱাৰ লগতে আন ২০ জন শ্ৰমিক আহত হয়।

উল্লেখ্য যে ডিফুৰ পৰা দেইথৰলৈ শ্ৰমিক কঢ়িয়াই নিয়া এএচ-০১ বিচি-২৩৫৩ নম্বৰৰ ব’লেৰ পিক আপ গাড়ীখনৰ একচেল ভাঙি যোৱাৰ বাবেই এই দুৰ্ঘটনাতো সংঘটিত হ’ল বুলি আহত শ্ৰমিকে জানিবলৈ দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0