Home ৰাজ্যবন্ধন বেংকৰ কিস্তিক লৈ ৰাজ্যত আতংক

বন্ধন বেংকৰ কিস্তিক লৈ ৰাজ্যত আতংক

by News Desk
52 views
A+A-
Reset

তুলসীবাৰী/লালুকঃ বন্ধন বেংকৰ ধাৰ ক’ৰ পৰা মাৰিব কৃষক পৰিয়ালে৷ বন্ধন বেংকৰ পৰা সুতত টকা লৈ বিপদ পৰিছে গ্ৰাম্য অঞ্চলৰ লোক৷ সপ্তাহে সপ্তাহে কিস্তি দিবলগীয়া গাঁৱৰ প্ৰতিটো পৰিয়ালৰ চিন্তাত দিন পাৰ নোহোৱা হৈছে৷ বহু পৰিয়ালে পোহনীয়া জীৱ-জন্তু বিক্ৰী কৰি বেংকৰ কিস্তি দি আহিছিল যদিও বান, গৰাখহনীয়াৰ কবলত পৰি সকলো হেৰুৱাই হাজাৰ হাজাৰ পৰিয়ালে লঘোণে থাকিবলগীয়া হোৱাত বন্ধন বেংকৰ কিস্তি ক’ৰ পৰা দিব তাক লৈ চিন্তিত হৈ পৰিছে।

সাঁচতীয়া টকা উদং হোৱাৰ বাবে যোৱা এমাহে কিস্তি দিবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ বহু পৰিয়াল৷ বানৰ কবলত পৰি ককবকাই থকা লখিমপুৰ, মৰিগাঁও আদি জিলাৰ গৃহিণীয়ে পৰিশোধ কৰিব পৰা নাই বন্ধন বেংকৰ ঋণ৷ বন্ধন বেংকৰ পৰা টকা লৈ তাঁত শালৰ খুটা, পোহনীয়া জীৱ-জন্তু কিনি ব্যৱসায় কৰাৰ লগতে কৃষি কাৰ্যত ব্যৱহাৰ কৰিছিল যদিও তেনে বহু পৰিয়ালে এতিয়া বানৰ কবলত পৰি এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0