58
newsnextone.com | ডিমাকুছিঃ বিটিএডি এলেকাৰ ৰাইজক মডেল বিটিচিৰ সপোন দেখুওৱা হাগ্ৰামা মহিলাৰীৰ বিটিচিত এতিয়া ৰাইজে গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণ কৰিব লগা হৈছে৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সময়ে সময়ে মডেল বিটিচিৰ শ্ল’গান দিয়ে যদিও সেয়া শ্ল’গানতে আৱদ্ধ হৈ আছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷
