Home ৰাজ্যঅইল ইণ্ডিয়াৰ মিথ্যাচাৰ, চাবুৱা-টেঙাখাত পথ নকৰিলে মেৰামতি

অইল ইণ্ডিয়াৰ মিথ্যাচাৰ, চাবুৱা-টেঙাখাত পথ নকৰিলে মেৰামতি

by News Desk
69 views
A+A-
Reset

চাবুৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড় জিলাৰ বাট-পথৰ দুৰৱস্থাৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ জিলা খনৰ বেছি ভাগ গ্ৰাম্য পথেই জৰাজীৰ্ণ৷ গাড়ী-মটৰ চলাচল কৰিবলৈ উপয়ুক্ত হৈ থকা নাই মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ বাট-পথ৷

বহু পথৰ দৰেই জিলা খনৰ অন্যতম ব্যস্ত চাবুৱা-টেঙাখাত গড়কাপ্তানী পথ এতিয়া গাড়ী-মটৰ চলাচল কৰিব পাৰ পৰিৱেশ নোহোৱা হৈছে৷ পথটোত গাড়ী-মটৰৰ চলাব পৰা পৰিৱেশ নথকাৰ লগতে নিতৌ দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ পথটো মেৰামতিৰ অবাৱত এনে পৰিৱেশৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0