59
ডিজিটেল ডেস্কঃ অনতিপলমে কুলভূষণ যাদৱৰ ফাঁচিৰ বাবে আবেদন জনাইছে উচ্চতম ন্যায়ালয়ত৷ পাকিস্তানৰ উচ্চতম ন্যায়ালয়ত বিষয়টো সম্পৰ্কত আবেদন জনাইছে মুজামিল আলি নামৰ অধিবক্তাগৰাকীয়ে৷
দেশখনৰ বিৰোধী দল পিপিপি ৰ নেতা তথা অধিবক্তাগৰাকীয়ে আন্তৰ্জাতিক আদালতে ফাঁচিৰ নিৰ্দেশ দিলেই যাতে লগে লগে এই নিৰ্দেশ কাৰ্যকৰী হয় সেইয়া আবেদন কৰে দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত৷