56
newsnextone.com | ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পিছত পেট্ৰলিয়াম সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা সত্য প্ৰমাণিত কৰি বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ দাম৷
সোমবাৰে দেশৰ ৪খন মেট্ৰ’ চহৰত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱাৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই পুনৰ বৃদ্ধি হ’ল পেট্ৰল আৰু ডিজেলৰ দাম৷ প্ৰতি লিটাৰ পেট্ৰলত ১৫ পইচা বৃদ্ধি হোৱাৰ বিপৰীতে ডিজেলত বৃদ্ধি হয় ২২ পইচা৷ সমগ্ৰ দেশ জুৰি পেট্ৰল আৰু ডিজেলৰ এই নতুন দৰ লাগু হৈছে৷