62
ডিজিটেল ডেস্কঃ অহা ১২ জুলাইত সমগ্ৰ দেশতে বন্ধ থাকিব পেট্ৰল পাম্পসমূহ৷ অল ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰছ এছ’চিয়েছনে এই কথা ঘোষণা কৰিছে৷
কেন্দ্ৰীয় চৰকাৰে ১৬ জুনৰ পৰা প্ৰত্যেক দিনাই পেট্ৰলৰ মূল্য সলনি কৰাৰ বাবেই এই ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনটোৱে৷ সংগঠনটোৰ ভাষ্য অনুসৰি চৰকাৰৰ এই সিদ্ধান্তই আৰ্থিকভাৱে ক্ষতি কৰিছে পেট্ৰল পাম্পসমূহক৷