70
লাহোৱালঃ শিৱসাগৰ জিলাৰ হাঁহচৰা বকুল গাঁও নিবাসী যুগল গগৈয়ে “Mathematical Modeling of Genetic Recombination” শীৰ্ষক গৱেষণা কৰ্মৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।
গগৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাধ্যাপক ড০ তাজিদ আলিৰ তত্ত্বাৱধানত গৱেষণা সম্পন্ন কৰে।