Home ৰাজ্যমুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিলৈ অহা নাই পৰিৱৰ্তন, পানী যোগানৰ নামত ৩ কোটিৰ দুৰ্নীতি, তদন্তৰ দাবী

মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিলৈ অহা নাই পৰিৱৰ্তন, পানী যোগানৰ নামত ৩ কোটিৰ দুৰ্নীতি, তদন্তৰ দাবী

by News Desk
53 views
A+A-
Reset

newsnextone.com | চাবুৱাঃ অসমৰ বৰাক উপত্যকা, উজনি-নামনিৰ মানুহে এতিয়া চৰকাৰৰ কথা মনত পেলালেই ‘পৰিৱৰ্তন’ শব্দটো মনলৈ আহে৷ ৰাইজে বাৰে বাৰে মনত পেলাই ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ নেতা-কৰ্মী, পালিনেতাই পৰিৱৰ্তন শব্দৰেই নিৰ্বাচনত নামি পৰাৰ কথা৷ কথাই প্ৰতি পৰিৱৰ্তন কৰাৰ বাবে শ্ল’গান দিছিল৷ টিভিৰ টক-শ্ব, সভা-সমিতিত আছিল কেৱল পৰিৱৰ্তনৰ শ্ল’গান৷

ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিলে বিজেপি দলক৷ কিন্তু যোৱা ২৫ মাহ ধৰি পৰিৱৰ্তন নোহোৱাৰ ফলতেই হয়তো শব্দটো লাহে লাহে আঁতৰি গ’ল বিজেপিৰ নেতাৰ মুখৰ পৰা৷ এতিয়া প্ৰশ্ন হৈছে পৰিৱৰ্তনৰ শ্ল’গান মতেই কাম কৰিবলৈ আগ্ৰহী নে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ খন৷ কিন্তু শেহতীয়াকৈ দেখা যায় যে চৰকাৰ খনৰ মন্ত্ৰী-বিধায়কে ৰাইজৰ কাম কৰাৰ পৰিৱৰ্তে অনাহক বিতৰ্কত সোমাই পৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0