56
চাবুৱাঃ গাঁও খনৰ এটা এটা পৰিয়ালে জীৱন নিৰ্বাহৰ বাবে জ্বলা-কলা খাই আহিছে৷ গাঁও খনৰ ভয়ানক ছবি খন নেদেখিলে বিশ্বাস কৰিব নোৱাৰি৷ গাঁও খনৰ বহু পৰিয়ালে আজিও মুকলিতে শৌচ-প্ৰস্ৰাৱ কৰাৰ দৰেই পৰিৱেশ৷ চৰকাৰে এটা বছৰ পূৰ্বে গাঁও খনৰ কেইঘৰমান লোকক শৌচালয় নিৰ্মাণ কৰি দিছিল যদিও সেয়া দৰিদ্ৰ পৰিয়াল সমূহক ইতিকিং কৰাৰ দৰেই হৈছে৷
