48
মেঘালয়ঃ একালৰ বৰ অসমৰ অংগ চুবুৰীয়া ৰাজ্য মেঘালয়ত নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ সময়তে দেওবাৰে মেঘালয় ভ্ৰমণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই৷
মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ টিক্ৰিকিল্লা সমষ্টিত এখন নিৰ্বাচনী সভাত অংশ লৈ মহন্তই প্ৰাক্তন মন্ত্ৰী চায়েদুল্লা নংগ্ৰুমৰ হৈ প্ৰচাৰ চলায়৷