Home ৰাজ্যইন্ধন দহনৰ ফলত গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি কাল হ’ব পাৰে বিশ্বৰ মানুহৰ বাবে

ইন্ধন দহনৰ ফলত গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি কাল হ’ব পাৰে বিশ্বৰ মানুহৰ বাবে

by News Desk
84 views
A+A-
Reset

newsnextone.com | ডিব্ৰুগড়ঃ গোলকীয় উষ্ণতা ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগে৷ পৃথিৱীখনৰ বাবে ভয়ানক প্ৰত্যাহ্বান গোলকীয় উষ্ণতা। পৃথিৱীৰ জলবায়ু গড় উষ্ণতা দিনক দিনে বৃদ্ধি পায় অহাত বিশ্বৰ সকলো দেশ চিন্তিত। ৰাষ্ট্ৰসংঘই চিন্তিত হৈ এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ’বলৈ বাৰে বাৰে কৈ আহিছে৷ প্ৰায় ১৯৭১ চনৰ পৰাই বৰ্ধিত শক্তিৰ প্ৰায় ৯০ শতাংশ সাগৰ-মহাসাগৰত জমা হৈছে৷

মূলত মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি কাল হ’ব পাৰে বিশ্ব মানুহৰ বাবে৷ তাৰ বাবে মানুহে পৰিৱেশ সংৰক্ষণ কৰিব লাগিব, ৰোধ কৰিব লাগিব পাহাৰ ধ্বংস৷ ৰুব লাগিব গছ-গছনি৷ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি বন বিভাগ, টিংৰাই চাৰিআলি ব্যৱসায়ীৰ সহযোগত শনিবাৰে টিংৰাই চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ত বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত হয়৷ দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰচ গোৱালাই বৃক্ষ ৰোপন কাৰ্যসূচীৰ শুভৰাম্ভ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0