ডিজিটেল ডেস্কঃ দেশৰ সৰ্ববৃহৎ বেংকৰ বিত্তীয় অনিয়মৰ পিছত কংগ্ৰেছে প্ৰধান মন্ত্ৰীক লক্ষ্য কৰি বহুতো ইতিকিংসূচক মন্তব্য কৰা দেখা গৈছে। কংগ্ৰেছৰ বৰ্ষীয়ান নেতা কপিল চিবালে। শনিবাৰে পিএনবি কেলেংকাৰীৰ বাবে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি চিবালে কয়, মোডী দেশৰ সকলোতকৈ ধনী চকীদাৰ।
PM ne 2014 ke chunav mein har Bhashan mein kaha ki main desh ka chaukidar banna chahta hu.Ek taraf unke Ex-CM or dusri taraf 4 mantri Jail me samay kaatke aaye hain, aur chaukidaar desh ko kehta hai ki mai bhrashtachar ke khilaf ladne aaya hu: Rahul Gandhi in Bagalkote #Karnataka pic.twitter.com/ExR3nA1EGB