48
ডিজিটেল ডেস্কঃ বৃটেইন, চুইডেন আৰু জাৰ্মানী ভ্ৰমণ কৰি শনিবাৰে দেশৰ মাটিত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ দিল্লী এয়াৰপৰ্টত প্ৰধানমন্ত্ৰীগৰাকীক স্বাগতম জনায় বিদেশ মন্ত্ৰী সুষমা স্বৰাজে৷ শুকুৰবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বৃটেইনৰ পৰা জাৰ্মানীত উপস্থিত হৈ জৰ্মান চেন্সেলৰ এঞ্জেলা মৰ্কেলৰ সৈতে দুয়োখন দেশৰ ৰণনীতিক কৌশল বৃদ্ধিৰ বাবে আলোচনা কৰে৷
