Home দেশ‘গুলীৰে সমাধা নহয় কাশ্মীৰৰ সমস্যা’ | জোজিলা সুৰংগ উদ্বোধন মোডীৰ

‘গুলীৰে সমাধা নহয় কাশ্মীৰৰ সমস্যা’ | জোজিলা সুৰংগ উদ্বোধন মোডীৰ

by News Desk
70 views
A+A-
Reset

Newsnextone | ডিজিটেল ডেস্কঃ শনিবাৰে এদিনীয়া ভ্ৰমণসূচীৰে কাশ্মীৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ কাশ্মীৰত প্রধানমন্ত্ৰী মোডীয়ে লাডাখ আৰু দেশৰ কেইবাটাও অংশ সংযোগ কৰা জোজিলা সুৰংগৰ আধাৰশিলা উন্মোচন কৰিব৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে কাশ্মীৰত উপস্থিত হৈয়ে লদাখী অধ্যাত্মিক নেতা কুশাক বাকুলাৰ শতবাৰ্ষিকী সমাৰোহত অংশগ্ৰহণ কৰে৷ 

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩৩০ মেগাৱাট সম্পন্ন  কিশানগংগা বিদ্যুত আঁচনি খনৰো উদ্ধোধন কৰিব৷ এই আঁচনিখনৰ উন্নয়নৰ দায়িত্ব গ্ৰহণ কৰিছিল খোদ প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে৷ শ্ৰীনগৰ চহৰৰ ডাল হ্ৰদত অৱস্থিত চেৰ-এ-কাশ্মীৰ কনভেচনেল চেন্টাৰৰ পৰা আঁচনিখনৰ উদ্ধোধন কৰা হ’ব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0