58
ডিজিটেল ডেস্কঃ টুইটযোগে দেশবাসীক ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পিছত এয়া হৈছে মোদী চৰকাৰৰ প্ৰথমটো ১ জানুৱাৰী। প্ৰথমটো কাৰ্যকালৰ অন্তত যোৱা বছৰ দ্বিতীয়টো কাৰ্যকালৰ বাবেও দেশবাসীয়ে বিপুল ভোটত জয়ী কৰাইছিল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি তথা এনডিএক।