56
newsnextone.com | গুৱাহাটীঃ দেওবাৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে অনুষ্ঠিত কৰা কেইবাটাও পদৰ পৰীক্ষাত ব্যাপক হাৰত প্ৰশ্নকাকত হোৱাটছএপ যোগে ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷