61
কলিয়াবৰঃ স্পেচিয়েল টাক্স ফ’ৰ্চৰ অভিযানত জালত পৰিল কেইবাটাও গঁড় হত্যাত জড়িত নুৰ হুছেইন৷ নগাঁও আৰক্ষী আৰু টাক্স ফ’ৰ্চে নগাঁও জিলাৰ ৰূপহী থানাৰ অন্তৰ্গত জোৰাথলিৰ পৰা আটক কৰে চিকাৰীটোক৷
কলিয়াবৰৰ চিকনিস্থিত স্পেচিয়েল টাক্স ফ’ৰ্চ আৰু নগাঁও আৰক্ষীয়ে শুকুৰবাৰে নিশা যুটীয়াভাৱে অভিযান চলাই নুৰক আটক কৰে।