62
গুৱাহাটীঃ বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত ডাঃ মানিক লাল ভৌমিক ডাঙৰীয়াৰ দুখন কাব্য পুথি উন্মোচনীৰ অনুষ্ঠান আয়োজন কৰা হয়৷
উক্ত অনুষ্ঠানত তেওঁৰ কাব্য পুথি ‘লুইতৰ বুকুৰ হুমুনিয়াহ’ (অসমীয়া) আৰু ‘পথে-ঘাটে’ (বাংলা কাব্য) উন্মোচন কৰে৷