Home ৰাজ্যনগাঁৱত ‘কাব্যচৰ্চা’ শীৰ্ষক কবিতা অনুষ্ঠান

নগাঁৱত ‘কাব্যচৰ্চা’ শীৰ্ষক কবিতা অনুষ্ঠান

by News Desk
66 views
A+A-
Reset

নগাঁওঃ সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতি আৰু নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নগাঁৱৰ চানক্য কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত অহা ২৯ অক্টোবৰত যুৱ কবিৰ কবিতা পাঠ আৰু পৰ্যলোচনা ‘কাব্যচৰ্চা’ শীৰ্ষক এক ব্যতিক্ৰমধৰ্মী অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷

চানক্য মহাবিদ্যালয়ৰ আলোচনাকক্ষত বিয়লি ১ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানত পৰ্যালোচক হিচাপে উপস্থিত থাকিব বিশিষ্ট লেখক, সমালোচক অৰিন্দম বৰকটকী ৷ নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হ’ব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0