Home ৰাজ্যদুৰ্ধৰ্ষ টেকেলি চোৰ পলাশবাৰী আৰক্ষীৰ জালত

দুৰ্ধৰ্ষ টেকেলি চোৰ পলাশবাৰী আৰক্ষীৰ জালত

by News Desk
58 views
A+A-
Reset

পলাশবাৰীঃ দক্ষিণ কামৰূপৰ ৰামপুৰ, বিজয়নগৰ, মিৰ্জা আদি ভিন্ন প্ৰান্তত গাড়ী চুৰিৰ ঘটনা সঘনাই বৃদ্ধি পাই অহাৰ সময়তে সোমবাৰে বিয়লি টেকেলি চোৰ ওৰফে টৌফিক আলী পলাশবাৰী আৰক্ষীৰ জালত পৰিল। 

টেকেলি ওৰফে টৌফিক আলী নামৰ চোৰটোৱে দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্তত গাড়ী চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। কিন্তু আজি সৰপাৰাৰ ঈদগাহ ময়দানত জুৱা খেলি থকা অৱস্থাত গোপন খবৰৰ ভিত্তিত বিজয়নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কবিন্দ্ৰ ৰাভা আৰু সহ: উপ পৰিদৰ্শক মনোমহন দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই কৰায়ত্ত দুৰ্ধৰ্ষ টেকেলী চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0