70
শুক্লাইঃ বিটিএডিৰ ওদালগুৰি জিলাৰ ভূটান সীমান্তৰ ৩৬খন গাঁৱৰ সুৰক্ষা, নিৰাপত্তাক লৈ বিগত কংগ্ৰেছ চৰকাৰে ভেৰগাঁৱৰ নিকটৱৰ্তী খাগ্ৰাবাৰীত স্থাপন কৰিছিল এটি আৰক্ষী চকী।
কিন্তু অাজি ৭ বছৰে কোনোধৰণৰ আধুনিকীকৰণে ঢুকি পোৱা নাই খাগ্ৰাবাৰী আৰক্ষী চকীটোক। অতিকৈ স্পৰ্শকাতৰ খাগ্ৰাবাৰী আৰক্ষী চকীত নাই কোনো সা-সুবিধা।