Home ৰাজ্যনগাঁও কচুৱাত ভাতৃক অপহৰণ, আৰক্ষীৰ শূণ্যলৈ গুলী চালনা, তীব্ৰ উত্তেজনা

নগাঁও কচুৱাত ভাতৃক অপহৰণ, আৰক্ষীৰ শূণ্যলৈ গুলী চালনা, তীব্ৰ উত্তেজনা

by News Desk
51 views
A+A-
Reset

কামপুৰঃ নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত মাধৱপাৰাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে। নিজ ভাতৃক হাত ভৰি বান্ধি গাড়ীত অপহৰণ কৰি নি থকা অৱস্থাত স্থানীয় ৰাইজৰ হাতত ধৰা পৰে ভাতৃ সহিতে কেইবাগৰাকী লোক৷ ৰাইজে উত্তম মধ্যম শোধাই তিনি অপহৰণকাৰীক৷ As-02-S-7038 নম্বৰৰ গাড়ীখনো ভাঙি লণ্ড ভণ্ড কৰে উত্তেজিত ৰাইজে।

আটাবুৰ ৰহমান, ৱাহিদুৰ ৰহমান আৰু দিলদাৰ হুছেইনক বেয়াকৈ মাৰ ধৰ ৰাইজে। আনহাতে আব্দুল জলিল আৰু আজিজুৰ ৰহমান নামৰ দুজন অপহৰণকাৰীয়ে পলায়ণ কৰে। ইফালে সাংবাদিকক ফটো সংগ্ৰহত আৰক্ষীয়ে বাধা প্ৰদান কৰাত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। আৰক্ষীয়ে শূন্যলৈ তিনি জাই গুলী ফুটাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে। অপহৃত লোকজন চফিকুল ৰহমানক অপহৰণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0