Home ৰাজ্যঅসমীয়াৰ বিড়ম্বনা, বাছৰ খুন্দাত খহি পৰিল ৬০০ বছৰীয়া আহোমৰ স্মৃতি বিজড়িত পুল

অসমীয়াৰ বিড়ম্বনা, বাছৰ খুন্দাত খহি পৰিল ৬০০ বছৰীয়া আহোমৰ স্মৃতি বিজড়িত পুল

by News Desk
62 views
A+A-
Reset

নামতিঃ আহোমযুগৰ স্মৃতি বিজড়িত শিৱসাগৰ জিলাৰ ধোদৰ আলিৰ ঐতিহ্যমণ্ডিত এখন পুলৰ শুকুৰবাৰে নৈশ বাছৰ খুন্দাত বৃহৎ এটা অংশ খহি পৰাত চাঞ্চল্যৰ সৃষ্টি হয়। নামতি পুল নামেৰে বিখ্যাত পুলটো শুকুৰবাৰে এখন বাছখনৰ খুন্দাত এটা অংশ খহি পৰে যদিও যাত্রী সকল কথমপি প্রাণ ৰক্ষা পৰে।

গড়কাপ্তানী বিভাগৰ চূড়ান্ত অৱহেলা বাবে এতিয়া আহোম স্বর্গদেউৰ ৰাজত্ব কালৰ নামতি নৈৰ ওপৰত নির্মাণ কৰা ঐতিহাসিক পুলটো জহি খহি যাবলৈ ধৰাৰ পিছতো মেৰামতি নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ স্থানীয় দল-সংগঠনে পুলটো মেৰামতি কৰাৰ দাবী জনাই অহাৰ পিছতো নামতি পুলটো জৰাজীর্ণ অৱস্থাত থকাৰ ফলতে  এনদৰে এটা ইতিহাস ধ্বংস হ’বলৈ ওলাইছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0