Home ৰাজ্যঅংগ ব্যৱসায়ী চক্ৰৰ কবলৰ পৰা পলাই ঘৰ ওলালহি নামতিৰ ডিম্বেশ্বৰ

অংগ ব্যৱসায়ী চক্ৰৰ কবলৰ পৰা পলাই ঘৰ ওলালহি নামতিৰ ডিম্বেশ্বৰ

by News Desk
48 views
A+A-
Reset

নামতিঃ বহিঃৰাজ্যত কর্মৰ সন্ধানত গৈ দুৰ্বৃত্তৰ আক্রমণৰ বলি হোৱা শিৱসাগৰ জিলাৰ নামতি পথাৰ বামুণবাৰী ডিম্বেশ্বৰ বৰা নামৰ ব্যক্তিজন প্রায় এমাহৰ পাছত ওলালহি নিজা ঘৰখন। উল্লেখ্য যে, অভাৱগ্ৰস্ত পিতৃ-মাতৃ, পত্নী আৰু তিনিটিকৈ সন্তানেৰে ভৰা পৰিয়ালটোক অলপ আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে দুজন সতীর্থৰ সৈতে চলিত বর্ষৰ ১১ আগষ্টত বাংগালোৰলৈ যাত্রা আৰম্ভ কৰিছিল।

কিন্তু বাংগালোৰ গৈ পোৱাৰ আগতেই চেন্নাইৰে এটা সৰু ৰেল ষ্টেচনত লগৰীয়াৰ বাবে পানী আনিবলৈ নামোতে দুৰ্বৃত্তৰ কবলত পৰিল ডিম্বেশ্বৰ বৰা। কেইবাজনো অচিনাকি লোকে সোধ-পোচ কৰি ডিম্বেশ্বৰক গবা মাৰি ধৰি থোৱাৰ সময়তে নিৰ্দিষ্ট ৰেলখনে ষ্টেচন এৰিলে। তাৰ পাছত সংজ্ঞাহীন ডিম্বেশ্বৰৰ অজ্ঞাত যাত্ৰা। ১৮ আগষ্টৰ দিনা স্থানীয় আমগুৰি আৰক্ষীয়ে পৰিয়ালৰ লোকক থানালৈ মাতি চেন্নাই আৰক্ষীয়ে পথোৱা এখন ফটো চিনাক্ত কৰিবলৈ দি জনায় যে, কোনো দুৰ্বত্তই ডিম্বশ্বৰৰ ডিঙি কটিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0