66
ডিজিটেল ডেস্কঃ ভৰপক খেতিৰ বতৰত হাল জুৰিবলৈ নাই বলধ, এতেকে দুই ফুলকুমলীয়া জীয়ৰীকে যুঁৱলি টানিবলৈ লগাইছে নিৰুপায় পিতৃয়ে। এই হৃদয়বিদাৰক ঘটনা মধ্যপ্ৰদেশৰ।
পেট প্ৰৱৰ্তন কৰিবলৈ পথাৰত শইচ উতপাদনৰ বাবে চেষ্টা চলাই জন্মদাতাই বলধ হিচাপে ব্যৱহাৰ কৰিছে দুই কন্যাক।