Home ৰাজ্যপৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াৰ বিৰুদ্ধে যুৱকক হত্যা কৰাৰ অভিযোগ

পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াৰ বিৰুদ্ধে যুৱকক হত্যা কৰাৰ অভিযোগ

by News Desk
52 views
A+A-
Reset

newsnextone.com | পৰ্বতঝোৰাঃ এগৰাকী মহকুমা আৰক্ষী বিষয়াৰ বিৰুদ্ধে এগৰাকী যুৱকক ষড়যন্ত্ৰমূলক ভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত। পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ৰাইজে। ইমানে নহয় আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে যুকজনৰ পৰিয়ালে দাখিল কৰা এজাহাৰ লবলৈ আৰক্ষী থানাই মান্তি নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। 

বিটিএডিৰ কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত খোৰাঘাটত ২৪ জুলাইত ৰৌচন আলী বেপাৰী, দিলবৰ হোছেইন বেপাৰী আৰু ৰাজু আলী নামৰ তিনি যুৱকে গছৰ তলত জিৰণিলৈ আছিল বুলি ৰাইজে দাবী কৰে। উক্ত সময়ত পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াই নিজ গাড়ীৰে উক্ত ঠাইত উপস্থিত হৈয়ে বন্দুক টোৱাই গুলী কৰিবলৈ সাজু হোৱাত তিনি যুৱকে নৈত জপিয়াই প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0