60
ডিজিটেল ডেস্কঃ হিন্দি, দক্ষিণৰ ছবিৰ খলনায়কৰ ভূমিকাত অভিনয় কৰি হাজাৰ হাজাৰ লোকৰ অন্তৰ জয় কৰা প্ৰকাশ ৰাজ আৰু বিজেপিৰ নেতাৰ মাজৰ বাকযুদ্ধ অব্যাহত আছে।
সকলোৰে চিনাকী তথা পৰিচিত অভিনেতা প্ৰকাশ ৰাজে শেহতীয়াকৈ চৰকাৰ, বিজেপি দলক তীব্ৰ সমালোচনা কৰি সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি আহিছে।