49
ঢেকীয়াজুলিঃ ঠেলামৰা ৰাজহ চক্ৰৰ নাহৰবাৰীৰ মৌজাদাৰৰ কাৰ্যালয়ৰ কৰ্মচাৰী তথা সমাজকৰ্মী প্ৰতাপ চন্দ্ৰ ভট্টাচাৰ্যই বুধবাৰে মৃত্যুক আকোৱালি লয়৷
অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল প্ৰতাপ চন্দ্ৰ ভট্টাচাৰ্যই৷ ভট্টাচাৰ্যৰ মৃত্যুত ঠেলামৰা অঞ্চলত শোকৰ ছাঁ পৰে৷