Home ৰাজ্যআজি মহালয়া, শৰতৰ শুভ্ৰ বলুকাৰে ধৰালৈ আগমন দেৱী দূৰ্গাৰ

আজি মহালয়া, শৰতৰ শুভ্ৰ বলুকাৰে ধৰালৈ আগমন দেৱী দূৰ্গাৰ

by News Desk
60 views
A+A-
Reset

তেজপুৰঃ আজি মহালয়া। মৃদু মৃদু শীতৰ আভাস। শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত। স্মৃতিৰ ৰহঘৰত আকৌ সৃষ্টি হ’ব এটি নতুন গানৰ। শৰৎ যেন এক নাম মিঠা আলোড়নৰ। গ্ৰীষ্মৰ উত্তাপ আঁতৰাই কাতিৰ মিঠা পৰশ সানিবলৈ শৰতৰ আগমন। শুভ্ৰ শেৱালিৰ বুকুত পুৱাৰ কাঁচিৱলি ৰ’দজাক জিলিকি উঠে। 

শৰৎ আৰু শেৱালীৰ দুয়োৰ যেন এক মধুৰ সম্পৰ্ক। শৰতৰ আগমনত প্ৰকৃতিয়ে যেন নতুনলৈ বাগৰ সলায়। সকলোতে হেপাঁহৰ ৰাগী লাগে।বিভোৰ স্বপ্নত সকলো উদগ্ৰীৱ হৈ পৰে। কাৰণ, শাৰদী ৰাণীৰ ধৰালৈ আগমন। সৃষ্টিত এক নতুন উদ্যম দি এক অস্মৰণীয় ক্ষণ। শাৰদী ৰাণীক আদৰিবলৈ সকলো সাজু হৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0