61
গৌৰীসাগৰঃ ঐতিহাসিক ৰামখা পীঠ দেৱালয়৷ সতী পাৰ্বতীৰ স্মৃতি বিজড়িত বক্ষ নিহিত হৈ থকা তন্ত্র পীঠখনেই হৈছে ৰামখা পীঠ দেৱালয়৷ শৰত কালৰ মনোৰম আৰু নৈসৰ্গিক সৌন্দৰ্য বৰ্ধনৰ মাজেৰে মৰ্ত্যলৈ আগমন ঘটিব দেৱী দূৰ্গাৰ৷
সমগ্র ৰাজ্যৰ লগতে ঐতিহাসিক শিৱসাগৰ জিলাৰ দিখৌমুখৰ তন্ত্রপীঠ ৰামখা পীঠ দেৱালয়তো অতি উলহ মালহেৰে আযোজন কৰা হৈছে শাৰদীয় দুৰ্গাপূজাৰ৷ আয়োজক সমিতিয়ে জনোৱা মতে হাজাৰ বছৰ অতিক্রম কৰিছে এই পীঠৰ পূজাই৷