Home ৰাজ্যতেজপুৰত দূৰ্গতিনাশিনীক আদৰাৰ প্ৰস্তুতি

তেজপুৰত দূৰ্গতিনাশিনীক আদৰাৰ প্ৰস্তুতি

by News Desk
52 views
A+A-
Reset

তেজপুৰ টাউনঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো শাৰদীয় দুৰ্গোৎসৱক লৈ ব্যাপক প্ৰস্তুতি চলিছে। ইতিমধ্যে ডেৰ শতাধিক পূজা মণ্ডপত দূৰ্গতিনাশিনীক আদৰিবৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। শোণিতপুৰ জিলা প্ৰশাসনে পূজাৰ সময়ছোৱা যাতে শান্তি-শৃংখলাৰে পাৰ হয়, তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কিছুমান নীতি-নিৰ্দেশনা বান্ধি দিছে।

পূজা মণ্ডপত চিচি টিভি কেমেৰা স্থাপন, স্বেচ্ছাসেৱক নিয়োগ কৰা, নিশা ১০ বজাৰ পাছত উচ্চস্বৰত সংগীত বজোৱা বন্ধ কৰা, প্লাষ্টিকজাত সামগ্ৰী বৰ্জন কৰি ক্লীন তেজপুৰ, গ্ৰীণ তেজপুৰ নিৰ্দেশনা জাৰি কৰি স্বচ্ছতাৰ ওপৰত জিলা প্ৰশাসনে অধিক গুৰুত্ব অাৰোপ কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0