Home ৰাজ্যডাইনী অপৰাধ নিষেধ-প্ৰতিষেধ-সুৰক্ষা প্ৰদান আইন-২০১৫ অনুমোদন ৰাষ্ট্ৰপতিৰ

ডাইনী অপৰাধ নিষেধ-প্ৰতিষেধ-সুৰক্ষা প্ৰদান আইন-২০১৫ অনুমোদন ৰাষ্ট্ৰপতিৰ

by News Desk
78 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ সভ্য সমাজক কলংকিত কৰা ডাইনী কাণ্ডৰ কৱলত পৰি বহু লোকে প্ৰাণ হেৰুৱালে এইখন অসমত৷ জাতীয়-জনগোষ্ঠীয় ছাত্ৰ নেতাই বোল ছবিত অভিনয় কৰি ডাইনী কাণ্ডৰ বিৰুদ্ধে সমাজক মেচেজ দিয়াৰ পিছতো পুনৰ ডাইনী কাণ্ড সংঘটিত হৈ আহিছে ৰাজ্যত৷ একৈশ শতিকাত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ আমুল উত্তৰণৰ সময়তে এচাম অন্ধবিশ্বাসী লোকে ডাইনী সন্দেহত দৰিদ্ৰ দম্পতি, সাধাৰণ শ্ৰমিক, যুৱতী, মহিলাক নিৰ্যাতন চলােৱাৰ ঘটনা প্ৰায়ে পোহৰলৈ আহে৷

তদানীন্তন তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত ২০০০ চনৰ পৰা ২০১৫ চনলৈ অসমত ১৩০টা ডাইনী কাণ্ড সংঘটিত হৈছিল৷ এই কাণ্ডত মৃত্যুবৰণ কৰিছিল প্ৰায় ৫০গৰাকী লোকে৷ কোকৰাঝাৰ, ওদালগুৰি, চিৰাং, শোণিতপুৰ আদি জিলাত এই কাণ্ড সংঘটিত হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0