Home ৰাজ্যএতিয়া পিয়াজৰ মালা বনাবলৈ মানুহৰ পইচা নাই

এতিয়া পিয়াজৰ মালা বনাবলৈ মানুহৰ পইচা নাই

by News Desk
54 views
A+A-
Reset

আমগুৰিঃ পৰিৱৰ্তন! আগতে পিয়াজৰ মালা পিন্ধিছিল৷ এতিয়া পিয়াজৰ মালা বনাবলৈ মানুহৰ পইচা নাই৷ এই মন্তব্য কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ৷ আমগুৰিত এখন সংবাদ মেল অনুষ্ঠিত কৰি বৃহস্পতিবাৰে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি মূল্য বৃদ্ধিয়ে মানুহক জুৰুলা কৰা বুলি কৈ ৰন্ধন গেছ, আলু, পিয়াজ আদিৰ মূল্যবৃদ্ধিয়ে আকাশ চুইছে বুলি কয়৷

পঞ্চায়ত নিৰ্বাচনৰ বাবে আমগুৰিত সমষ্টিত বাহৰ পাতি থাকি সভা-সমিতি অনুষ্ঠিত কৰি অংকিতাই ব্যাপক প্ৰচাক চলােৱা পৰিলক্ষিত হয়৷ তাৰ মাজতে, বৃহস্পতিবাৰে আমগুৰি সমষ্টিৰ কংগ্ৰছ নেত্ৰী অংকিতা দত্তই জাঁজীৰ নন্দন বন ৰিজৰ্টত এখন সংবাদ মেল অনুষ্ঠিত কৰি পঞ্চায়তে পঞ্চায়তে গৈ ৰাইজে কি বিছাৰিছে মনৰ কথাৰ বুজ লম বুলি কয়৷ বিজেপি, এজিপিৰ মিত্ৰজোঁটৰ চৰকাৰক তীব্ৰ সমালোচনা কৰি দত্তই পৰিৱৰ্তনৰ পৰা পৰিত্ৰান বিচাৰিছে অসমবাসীয়ে আৰু পঞ্চায়ত নিৰ্বাচনত  ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি মত প্ৰকাশ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0