60
ৰঙিয়াঃ বড়ো অ’মেন ফৰ পীচ মোভমেন্টে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি প্ৰস্তাৱ দিলে পৃথক বড়োলেণ্ডৰ। আজি এই কথা এক সংবাদমেলযোগে বড়ো মহিলা সংগঠনটোৱে উল্লেখ কৰে৷
ৰঙিয়া প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত বড়ো অ’মেন ফৰ পীচ মোভমেন্টৰ নেত্ৰী প্ৰতিভা ব্ৰহ্মৰ নেতৃত্বত ৫ জনীয়া এটা দলে আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই দাবী জনোৱাৰ কথা উল্লেখ কৰে৷