83
কোকৰাঝাৰঃ এইবাৰ বিবৃতি যুদ্ধ আৰম্ভ হৈছে ৰাজ্যত৷ এনআৰচিৰ খছৰা প্ৰকাশ পোৱাৰ আগমুহূৰ্তত এইবাৰ ভূমিপুত্ৰক লৈ বিবৃতি যুদ্ধ আৰম্ভ হৈছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ আৰু কণকৰ্ফৰ মাজত। ৰাজপৰিয়ালৰ সদস্যক লৈ গঠিত কণকৰ্ফ নামৰ সংস্থাটোৱে যোৱা ৭ ডিচেম্বৰত এক সংবাদমেলযোগে বড়োসকল অসমৰ প্ৰকৃত ভূমিপুত্ৰ নহয় বৰং বড়োসকলৰ পিতৃভূমি চীনৰ তিব্বত বুলি দাবী কৰাৰ পিছত জাঙুৰ খাই উঠিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ।
