Home ৰাজ্যডকমকাৰ পৈশাচিক হত্যাকাণ্ডক নিন্দা এবছুৰ, হত্যাকাৰীক ফাঁচীৰ দাবী এবিএমছুৰ

ডকমকাৰ পৈশাচিক হত্যাকাণ্ডক নিন্দা এবছুৰ, হত্যাকাৰীক ফাঁচীৰ দাবী এবিএমছুৰ

by News Desk
50 views
A+A-
Reset

newsnextone.com | কোকৰাঝাৰঃ কাৰ্বিআংলঙৰ ডকমকাত উৰা বাতৰিত প্ৰতিয়ন গৈ এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক অতি নৃশংসভাৱে হত্যা কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি গভীৰ শোক প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে৷ কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে এবছুৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক লৰেঞ্চ ইছলাৰীয়ে ডকমকাৰ হত্যাকাণ্ডক অতি নিন্দনীয় আৰু সমাজৰ বাবে চৰম লজ্জাজনক ঘটনা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ 

দুষ্কৃতিকাৰীৰ হাতত নিহত যুৱকদ্বয়ৰ পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰি লৰেঞ্চ সকলো পক্ষকে ছচিয়েল মিডিয়া যোগে চলোৱা অপপ্ৰচাৰক ভোল নাযাবলৈ আহ্বান জনায়৷ বিবৃতিত এবছুৱে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সাধাৰণ জনতাৰ মাজত বিৰাজ কৰা শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ যাতে কোনোৱে বিঘ্নিত নকৰে তাৰ বাবে কঠোৰ পদক্ষেপ লবলৈ দাবী উত্থাপন কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0