47
বিলাসীপাৰাঃ ধুবুৰী জিলাৰ কৃষি বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে বিলাসীপাৰা ৰাজহুৱা খেল পথাৰত মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনাৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম মন্ত্ৰী সভাৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে বিশিষ্ট অতিথি হিচাপে বিলাসীপাৰা পুৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী, গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী কুমাৰ ৰায় সৰকাৰ আৰু আমন্ত্ৰিত অতিথি সকল উপস্থিত থাকে।