66
ৰঙিয়াঃ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাই শুকুৰবাৰে ৰঙিয়া চহৰৰ মাজমজিয়াত ডিঙিত ৰছী লগাই ওলোমাই থ’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে RSS এ সভা অনুষ্ঠিত কৰা ঠাইতে আছুৰ এই উত্তাল প্ৰতিবাদ। গান্ধী মণ্ডপৰ সন্মুখৰ কৃষ্ণচুড়া গছত আৰক্ষীৰ সন্মুখতে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তিক ফাঁচী দিলে আছুয়ে।