48
গুৱাহাটীঃ লোকসভা নিৰ্বাচনীলৈ মাজত মাথোন কেইটামান দিন বাকী৷ বিভিন্ন ৰাজনৈতিক দলৰ নেতাই বিভিন্ন ঠাইত গৈ গৈ নিৰ্বাচনী প্ৰচাৰ কৰিছে৷ লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অহা ৩০ মাৰ্চত অসমলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।
অসমৰ বিজেপি প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলোৱা বাবে প্ৰধানমন্ত্ৰী মোডী উপস্থিত হ’বহি অসমত।