63
নাজিৰাঃ দুস্কৃতিকাৰীৰ কবলৰ পৰা পলাই আহিল প্ৰিতম নিয়ৰ৷ কালিৰে পৰা নিৰুদ্দেশ হৈ আছিল চৰাইদেউ অভয়পুৰৰ ছাত্ৰ প্ৰিতম নিয়ৰ৷
চৰাইদেউ অভয়পুৰৰ চিবু নিয়ৰৰ পুত্ৰ তথা মথুৰাপুৰ শংকৰদেৱ স্কুলত অষ্টম শ্ৰেণীৰ ছাত্ৰ প্ৰিতম নিয়ৰ স্কুললৈ আহি নিৰুদ্দেশ হৈ আছিল।