63
গুৱাহাটীঃ অচিৰেই এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰে বিবাহপাশত আৱদ্ধ হ’ব ৰাজ্যৰ এজন গুৰুত্বপূৰ্ণ পদবীধাৰী ৰাজনীতিক। শেহতীয়াভাৱে এটা মহলত হোৱা এই চৰ্চাই বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে।
চৰ্চাটোৱে বিশেষ প্ৰাধান্য লাভ কৰে একাংশ জ্যোতিষীৰ ভৱিদ্ব্যবাণীক কেন্দ্ৰ কৰি। এই সম্পৰ্কত এক সূত্ৰই জনোৱা অনুসৰি কিছুদিন পূৰ্বে এক বিশেষ অনুষ্ঠানত ৰাজনীতিক আৰু অভিনেত্ৰীগৰাকীয়ে কিছু সময় ধৰি বাৰ্তালাপ কৰে।