Home ৰাজ্যভূমিকেন্দ্ৰীক বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ আক্ৰমণত এজন আহত

ভূমিকেন্দ্ৰীক বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ আক্ৰমণত এজন আহত

by News Desk
A+A-
Reset

মোৰাঝাৰঃ ৰমজান মাহ চলি থকাৰ সময়তে বৃহস্পতিবাৰে ইফতাৰৰ পিছতে চৌধুৰী বজাৰত সংঘটিত হৈছে এক মাৰপিট ঘটনা৷ ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত মাৰপিটৰ দৰে ঘটনাই জোকাৰি গ’ল মোৰাঝাৰ অঞ্চল৷ ঘটনাৰ বিৱৰণী মতে হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ চৌধুৰী বজাৰৰ চাৰিং পথাৰৰ বাসিন্দা শ্বফিক উদ্দিন আহমেদক AS 02 N 1408 নং এল্ট’ বাহনেৰে আহি চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে ইটাৰে মূৰত মাৰি গুৰুতৰ বাবে আঘাত কৰি পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও পিছলৈ চৌধুৰী বজাৰ উপ-আৰক্ষী চকীত গৈ আত্মসমৰ্পন কৰে।

আত্মসমৰ্পন কৰা দুৰ্বৃত্ত কেইজন হৈছে দক্ষিণ চামৰালিৰ হাফিজ উদ্দিন, জহিৰুল ইছলাম,গিয়াছ উদ্দিন, নজমুল ইছলাম। বাতৰি লিখা পৰলৈ এই লোক কেইজন মোৰাঝাৰ আৰক্ষীৰ জিম্মাত আছে৷ দুই ফৈদৰ মাজত হোৱা সংঘাতৰ পৰিণতিত স্থানীয় জ্যেষ্ঠ নাগৰিক এই লোকজনক আক্ৰমণ কৰা হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0