Home ৰাজ্যঅসম অৰুণাচল সীমান্তৰ ১ নং সৰুডিৰাকত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে প্ৰতিবাদী সমদল

অসম অৰুণাচল সীমান্তৰ ১ নং সৰুডিৰাকত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে প্ৰতিবাদী সমদল

by News Desk
106 views
A+A-
Reset

কাকপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত  ১ নং সৰুডিৰাকত এক বিশাল  জন জাগৰণ অনুষ্ঠান আৰু বিক্ষোভ প্ৰতিবাদী সমদল বাহিৰ কৰে ।  

বৰডিৰাক ৰাজহুৱা খেলপথাৰৰ পৰা ১ নং সৰুডিৰাক ৰাজহুৱা খেলপথাৰলৈকে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু কাকপথাৰ- ডিৰাক অঞ্চলৰ সমূহ জাতীয় জনগোষ্ঠীয় দল-সংগঠন, যুৱক সংঘ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ডিৰাক-কাকপথাৰবাসী ৰাইজৰ  সহযোগত অনুুুষ্ঠিত জন জাগৰণ অনুষ্ঠান আৰু বিক্ষোভ প্ৰতিবাদী সমদলটোত অংশগ্ৰহণ কৰি  প্ৰতিবাদকাৰীসকলে “হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক”, ”  “নৰেন্দ্ৰ মুদী হুছিয়াৰ”, “সৰ্বানন্দ সোনোৱাল গ’ বেক”, “হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ” “বিজেপি গ’ বেক”, “বিজেপি নিপাত যাওঁক”,”অসম চৰকাৰ হায় হায়”, “সৰ্বানন্দ সোণোৱাল জাতিদ্ৰোহী” আদি বিভিন্ন শ্লগানেৰে আকাশ বতাহ কপাঁই তোলে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0