Home ৰাজ্যঠিকাদাৰ অশোক বাজাজৰ বিৰুদ্ধে কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ এবছুৰ

ঠিকাদাৰ অশোক বাজাজৰ বিৰুদ্ধে কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ এবছুৰ

by News Desk
A+A-
Reset
79e99499-a58c-44d9-9677-77da789bf570

newsnextone.com | ওদালগুৰিঃ ওদালগুৰিৰ বিতৰ্কিত ঠিকাদাৰ অশোক বাজাজৰ বিৰুদ্ধে ওদালগুৰি জিলাৰ তিনিখন আৰক্ষী থানা ক্ৰমে হৰিশিঙা, টংলা আৰু ওদালগুৰিত পৃথকে পৃথকে তিনিখনকৈ এজাহাৰ দাখিল কৰিছে এবছুৰ নেতৃত্ব‌ই। জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন নিৰ্মানকাৰ্যত জড়িত ঠিকাদাৰ অশোক বাজাজে অবাধ দুৰ্নীতি-লুণ্ঠন সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে এবছুৱে। 

উল্লখযোগ্য যে, প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা ওদালগুৰি জিলাৰ হৰিশিঙা আদৰ্শ চিকিৎসালয়খন মুকলি হোৱাৰ পূৰ্ৱেই ইয়াৰ দেৱালত প্ৰকাণ্ড ফাঁট মেলা প্ৰত্যক্ষ কৰা হৈছিল। ফলত এবছুৰ হৰিশিঙা আঞ্চলিক সমিতিয়ে বিতৰ্কিত ঠিকাদাৰ অশোক বাজাজ আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ বিৰুদ্ধে ১২ জুলাইত হৰিশিঙা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিত হৰিশিঙা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি), ৪০৬, ৪০৯, ৪২০, ৪১৮নং ধাৰাৰ অধীনত ৩২/১৮ নম্বৰৰ এক গোচৰ ৰুজু হৈছিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0