Home ৰাজ্যমানাহ নৈৰ খহনীয়াত উটি গল মন্ত্ৰীৰ শৱদেহ

মানাহ নৈৰ খহনীয়াত উটি গল মন্ত্ৰীৰ শৱদেহ

by News Desk
68 views
A+A-
Reset

অভয়াপুৰীঃ মানাহ নৈৰ গৰাখহনীয়া ৰোধৰ বাবে ৰাইজৰ দীৰ্ঘদিনীয়া দাবীক গুৰুত্ব আৰোপ নকৰাত অৱশেষত প্ৰতিবাদত নামিল ভুক্তভোগী ৰাইজ৷ বিভাগীয় মন্ত্ৰীৰ প্ৰতীকি শৱদেহ নৈৰ পানীত উটুৱাই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। ৩১মাৰ্চৰ ভিতৰতে ৰাজ্যৰ অসম্পূৰ্ণ হৈ থকা মথাউৰি নিৰ্মাণ তথা মেৰামতিৰ কৰাৰ বাবে খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জলসম্পদ বিভাগক নিৰ্দেশ দিছিল যদিও উত্তৰ শালমাৰা মহকুমাত এই নিৰ্দেশ অসাৰ প্ৰতিপন্ন হয়।

বাৰিষা আৰম্ভ হোৱাৰ লগ লগে বিগত কিছুদিন ধৰি বৰষুণ দি অহাৰ ফলত উত্তৰ শালমাৰা মহকুমাৰ নৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈ খহনীয়াই কাল ৰূপ ধাৰণ কৰাত নৈ পৰীয়া ৰাইজে শংকাত দিন কটাবলীয়া হৈছে। মহকুমাটোৰ লেংটিছিঙা-মধুফল মথাউৰিটোৰ মেৰেৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কুশবাৰী তৃতীয় খণ্ডত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0