56
শিমলুগুৰিঃ দীনদয়াল উপাধ্যায় নামত মহাবিদ্যালয়ৰ স্থাপনৰ বিৰোধিতা কৰি আৰু কৃষক-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ মুক্তি দাবীত শিমলুগুৰি মছজিদ তিনিআলিত হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।
এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত আছিল সংগঠনটোৰ শিমলুগুৰি আঞ্চলিকৰ সভাপতি বিকাশ ফুকন, যুটীয়া সাধাৰণ সম্পাদক ববি মাৰ্টিন লাহন, কাৰ্যকৰী সভাপতি ইমৰান আলি আৰু জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজু ফুকন লগতে সংগঠনটোৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।